ৰেনো ফাষ্ট

ৰেনো ফাষ্ট

২৫০ গ্ৰাম
Rs. 850.00
Sale price  Rs. 850.00 Regular price 
Skip to product information
ৰেনো ফাষ্ট

ৰেনো ফাষ্ট

Rs. 850.00
Sale price  Rs. 850.00 Regular price 
আকাৰ২৫০ গ্ৰাম

এন্টি বেক্টেৰিয়েল, এন্টি ফাঙ্গেল আৰু এন্টি ভাইৰেল সমাধান

উপকাৰিতা:

  • মাছৰ বেক্টেৰিয়েল আৰু ভেঁকুৰ জনিত ৰোগসমূহৰ ফলপ্ৰসূ নিয়ন্ত্ৰণ
  • নেজ পচা, ফান পচা, ক'লা/বাদামী ফুল, ৰঙা দাগ, ক'লা দাগ আৰু অন্যান্য বেক্টেৰিয়েল আৰু ভেঁকুৰ জনিত ৰোগৰ ওপৰত অতি ফলপ্ৰসূ
  • ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে আৰু চাপ কমায়
  • ক্ষুধা বঢ়ায়

মাত্ৰা:

  • প্ৰতি একৰ পুখুৰীৰ বাবে ২৫০ মিলিলিটাৰ (৪ ফুট গভীৰতা)

সাৱধানতা:

  • ঠাণ্ডা, আন্ধাৰ ঠাইত ৰাখক
  • মানুহৰ সেৱনৰ বাবে নহয়। এণ্টিবায়টিক নাথাকে

You may also like