SANI FISH

SANI FISH

২৫০ মিলি
Rs. 440.00
Sale price  Rs. 440.00 Regular price  Rs. 480.00
Skip to product information
SANI FISH

SANI FISH

Rs. 440.00
Sale price  Rs. 440.00 Regular price  Rs. 480.00
আকাৰ
Continue Shopping

উপকাৰীতা:

  • মাছৰ বেক্টেৰিয়া আৰু ভেঁকুৰ জনিত ৰোগসমূহৰ ফলপ্ৰসূ নিয়ন্ত্ৰণ কৰে
  • নেজ পচা, পাখী পচা, ক'লা/খয়ৰী ফুল, ৰঙা দাগ, ক'লা দাগ আৰু আন বেক্টেৰিয়া তথা ভেঁকুৰ জনিত ৰোগত অতি ফলপ্ৰসূ
  • প্ৰতিৰক্ষা বৃদ্ধি কৰে আৰু চাপ কমায়
  • খাদ্যৰ ৰুচি বঢ়ায়

প্ৰয়োগ বিধি:

  • ১ একৰ পুখুৰীৰ বাবে ১ লিটাৰ, য'ত পানীৰ ন্যূনতম গভীৰতা ১ মিটাৰ হ'ব লাগে
  • জল কৃষি বিশেষজ্ঞৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰক

সাৱধানতা:

  • ঠাণ্ডা আৰু আন্ধাৰ ঠাইত ৰাখক
  • মানুহৰ খোৱাৰ বাবে নহয়। ইয়াত কোনো এণ্টিবায়টিক নাথাকে

You may also like