Skip to product information
ইষ্ট
Rs. 430.00
Sale price
Rs. 430.00
Regular price
উপকাৰিতা :
- বিকাশৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে
- অন্ত্ৰৰ সুস্থতা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
- প্ৰাকৃতিক খাদ্য আৰু প্লাংটন বৃদ্ধি হোৱাত বেক্টেৰিয়াৰ সংখ্যা হ্ৰাস পায় আৰু পানীৰ গুণগত মান উন্নত হয়
ডোজ:
- ১ কেজি/বিঘা ৪ ফুট পানীৰ গভীৰতাত অথবা প্ৰতি কেজি খাদ্যত ১০ গ্ৰাম
- একুৱাকালচাৰ কনছালটেণ্টৰ পৰামৰ্শ অনুসৰি